হোষ্টেলহো্ষ্টেলত
হোহোঁকা-পিচলা কৰ্ (Assamese) [ Roman: ho'.ho'~.ka-pi.so.la kor]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-03
English: demur, hesitate,
Assamese: ইতস্ততঃ কৰ্, কুণ্ঠাবোধ কৰ্, কুণ্ঠিত হ, কেৰঘেহাঁ, দোমনা হ, দোমোজাত পৰ্, দ্বিধাবোধ কৰ্, সংকোচ কৰ্, সংকোচবোধ কৰ্, সংশয়ান্বিত হ, হোহোঁকা-পিচলা কৰ্,
Bodo: आसुस,
Khasi: kyrngah,
Garo: dongdika,
Meeteilon: wayetpa,
Hindi: संकोच करना,
Deori: গেচ্চ-গাই, জেচ্চা গাই
হোহোঁকা-পিচলা কৰ্ (Assamese) [ Roman: ho'.ho'~.ka-pi.so.la kor]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-03
1. (Verb-Intran.) pause in doubt; unable to proceed becuase not sure what/how to do. সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।